![]() |
| ADS |
ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীৰ ভিতৰতে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা SI নিপন নাথৰ। মৃত নাথৰ ঘৰ ৰঙিয়াত। বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ২০১৭ চনত আৰক্ষীত যোগদান কৰিছিল নিপন নাথে।
News source - Time18







No comments:
Post a Comment