গুটখাৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ! - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Friday, August 30, 2019

গুটখাৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ!



বিহাৰ চৰকাৰৰ আদৰণীয় পদক্ষেপ। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত গুটখা বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰে চৰকাৰে। ইয়াৰ পূৰ্বেও বিহাৰ চৰকাৰে সুৰা ক্ৰয় আৰু বিক্ৰীত নিষেধাজ্ঞা আৰূপ কৰিছিল। কেইদিনমান পূৰ্বে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা প্ৰতিবেদনত ৰাজ্যখনত গুটখা অবাধ গতিত বিক্ৰীৰ ফলত বহুতে বিভিন্নধৰণৰ ৰোগত আক্ৰান্ত হ’বলগীয়া হয়, তেনে প্ৰতিবেদন প্ৰকাশৰ পিছতে বিহাৰ চৰকাৰে ৰাজ্যখনত গুটখাৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

news_source-news18

Ads

No comments:

Post a Comment

Post Bottom Ad


Pages