পৰমাণু আক্ৰমণৰ ভাবুকিৰ মাজতে পাকিস্তানে কৰিলে Ghaznavi মিছাইলৰ পৰীক্ষণ - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Saturday, August 31, 2019

পৰমাণু আক্ৰমণৰ ভাবুকিৰ মাজতে পাকিস্তানে কৰিলে Ghaznavi মিছাইলৰ পৰীক্ষণ


পৰমাণু আক্ৰমণৰ ভাবুকিৰ মাজতে পাকিস্তানে কৰিলে Ghaznavi মিছাইলৰ পৰীক্ষণ

বৃহস্পতিবাৰে পাকিস্তানে সফলভাৱে Ballistic Missile Ghaznaviৰ পৰীক্ষণ সম্পন্ন কৰিলে। ২৯০ কিলোমিটাৰ দূৰত্বপৰ্যন্ত মাৰণ ক্ষমতা আছে এই Ghaznavi মিছাইলৰ। ৭০০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিয়াৰ ক্ষমতা আছে এই মিছাইলৰ। কৰাচীৰ সমীপৰ ছোনমিয়ানী উৰণ পৰীক্ষণ ৰেঞ্জত সম্পন্ন কৰা হয় Ghaznavi মিছাইলৰ পৰীক্ষণ।

পাকিস্তানৰ নেচনেল ডেভেল’পমেণ্ট কমপ্লেক্সত ইয়াক ট্ৰেক কৰা হ’ব। Ghaznavi মিছাইলৰ পৰীক্ষণৰ বাবে পাকিস্তানে ২৮ৰ পৰা ৩১ আগষ্টলৈ তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছিল কৰাচী এয়াৰস্পেচ

 Ads by Google

Ballistic Missile Ghaznaviৰ পৰীক্ষণ এনেকুৱা সময়ত কৰা হৈছে, যিটো সময়ত জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিশ্বজুৰি সহায় বিচাৰি ফুৰিছে। হতাশগ্ৰস্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতক যুদ্ধ আৰু পাৰমাণৱিক আক্ৰমণৰো ভাবুকি দিছে।

News_source-news18

No comments:

Post a Comment

Post Bottom Ad


Pages