পাকিস্তানৰ প্ৰতি দৰদ! পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুক প’ষ্ট অসমৰ যুৱক মফিদুল হুচেইনৰ! - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Sunday, September 1, 2019

পাকিস্তানৰ প্ৰতি দৰদ! পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুক প’ষ্ট অসমৰ যুৱক মফিদুল হুচেইনৰ!

পাকিস্তানৰ প্ৰতি দৰদ! পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুক প’ষ্ট অসমৰ যুৱক মফিদুল হুচেইনৰ!

আকৌ এবাৰ অসমৰ যুৱকে ফেচবুকত আপলোড কৰিছে পাকিস্তানৰ সেনাক সমৰ্থন কৰি  ফটো। যুৱক জনৰ নাম মাফিদুল হুচেইন। যদিও যুৱক জন ভাৰতৰ থাকে তথাপিও যেন নিজৰ দেশত কৈ পাকিস্তানৰ প্ৰতি হে আছে দৰদ!
ইয়াৰ পূৰ্বেও নগাঁৱৰ কেইজন মান যুৱকে ফেচবুকত আপলোড কৰিছিল পাকিস্তানৰ সমৰ্থনত ফটো। এতিয়া এনেদৰেই বৃদ্ধি পাবলৈ ধৰিছে দেশদ্ৰোহীৰ সংখ্যা।

NEWS source - news18

#লগতে পঢ়ক - 
ASSAM TET RECRUITMENT 2019 : LP & UP TET, APPLY ONLINE

#লগতে চাওঁক ভিডিঅ'


No comments:

Post a Comment

Post Bottom Ad


Pages