আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! অন্যথা আগতকৈ ৩০ গুণ অধিক ভৰিব লাগিব জৰিমনা - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Sunday, September 1, 2019

আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! অন্যথা আগতকৈ ৩০ গুণ অধিক ভৰিব লাগিব জৰিমনা

আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! অন্যথা আগতকৈ ৩০ গুণ অধিক ভৰিব লাগিব জৰিমনা


সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।

বিনা লাইচেন্সেৰে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ ঠাইত ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

গাড়ী চলাওতে চিট বেল্ট পৰিধান নকৰিলে ১০০ ৰ ঠাইত ১০০০ টকা জৰিমনা।নাবালক–নাবালিকাই গাড়ী চলালে ৫০০ ৰ ঠাইত ১০০০০ টকা জৰিমনা।

ৰাস্তাৰ নিয়ম ভংগ কৰিলে ৫০০ টকা জৰিমনা

বাইকত তিনিজন উঠালে ২০০০ টকা জৰিমনা আৰু তিনি বছৰৰ বাবে লাইচেন্স বাতিল।

বিনা ইঞ্চুৰেন্সৰে গাড়ী চলালে ২০০০ টকা জৰিমনা।

জৰুৰীকালীন গাড়ীক ৰাস্তা এৰি নিদিলে ১০০০ টকা জৰিমনা।

অভাৰ চাইজ বাহনৰ ক্ষেত্ৰত ৫০০০ টকা জৰিমানৰ ব্যৱস্থা।

তীব্ৰ বেগত বাহন চলালে ১০০০ টকা জৰিমনা।

‘ডেঞ্জাৰিয়াচ’ ড্ৰাইভিং কৰিলে ৫০০০ টকা জৰিমনা।

গাডী় চলোৱাৰ সময়ত ৰেচ লগালে ৫০০০ টকা জৰিমনা।

ৰাজহুৱা বাহনে অতিমাত্ৰা যাত্ৰী উঠালে প্ৰতিবাৰত ১০০০ টকাকৈ জৰিমনা।
এগ্ৰিগেটছৰ দ্বাৰা লাইচেন্সৰ চৰ্ত অমান্য কৰিলে ২৫ হাজাৰ টকা জৰিমনা।

আৰু লগতে চাওঁক ভিডিঅ' -

No comments:

Post a Comment

Post Bottom Ad


Pages