জুবিন দাৰ উঠিছে খং।। কোনে কৰিলে ছবিগৃহৰ পৰা কাঞ্চনজংঘাৰ লাইভ । - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Friday, September 6, 2019

জুবিন দাৰ উঠিছে খং।। কোনে কৰিলে ছবিগৃহৰ পৰা কাঞ্চনজংঘাৰ লাইভ ।


জুবিন দাৰ উঠিছে খং।। কোনে কৰিলে ছবিগৃহৰ পৰা কাঞ্চনজংঘাৰ লাইভ ।।
সহশিল্পীৰ সৈতে জুবিন গাৰ্গ


জুবিন দাৰ উঠিছে খং।। কোনে কৰিলে ছবিগৃহৰ পৰা কাঞ্চনজংঘাৰ লাইভ ।।

আজি ৬ ছেপ্তেম্বৰ আৰু আজিয়েই জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত চিনেমা 'কাঞ্চনজংঘা' গোটেই অসমৰ লগতে বহিঃ ৰাজ্যৰ ছবিগৃহতো মুকলি দিয়া হয় । চলচিত্ৰৰ প্ৰেমী ৰাইজেৰে ৰাজ্যৰ সকলো ছবিগৃহ ভৰি পৰে। কিন্তু এইখিনিতেই চিনেমাৰ মূল মানুহ

গাৰ্গৰ উঠিল খং। নিজৰ খং প্ৰকাশ কৰে ছছিয়েল মিডিয়াৰ জৰিয়তে। কিন্তু খং উঠিল কিয়?
আচলতে ছবিঘৰত চিনেমা খন চলি থকা মাজতেই কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰাই ফেচবুক লাইভ কৰে। লগতে জুবিনৰ এজন সহশিল্পী য়ে কয় যে কোনোৱে হেনো Youtubeটো চিনেমা খন আপলোড কৰে ।।
জুবিনে এই কাৰ্য ক গৰিহনা দি কয় যে 
'এইটো অতি বেয়া কাম হৈছে, মই ইমান কষ্টৰে চিনেমা খন নিৰ্মাণ কৰিছো আৰু তোমালোকে এই কাম কৰিছা।। আচলতে এইটো ক্ৰাইম হয়, যিয়ে কৰিছে তাক মই জে'লত ভৰাম'


ভিডিঅ'টো চাবলৈ---

No comments:

Post a Comment

Post Bottom Ad


Pages