পৰাস্ত ভৰত ।।। ২-১ গলৰ ব্যৱধানত হয় পৰাস্ত ওমানৰ হাতত - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Thursday, September 5, 2019

পৰাস্ত ভৰত ।।। ২-১ গলৰ ব্যৱধানত হয় পৰাস্ত ওমানৰ হাতত


পৰাস্ত ভৰত ।।। ২-১ গলৰ ব্যৱধানত হয় পৰাস্ত ওমানৰ হাতত

সৰুসজাইত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্নয়কাৰী মেচ খনত ওমানৰ হাতত পৰাস্ত হ’ল ভাৰত। ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ খনত ৰোমাঞ্চকৰ  জয় সাব্যস্ত কৰিলে ওমনে। ২–১ গ’লৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দল। মেচখনত ভাৰতে প্ৰথমে অগ্ৰগতি লাভ কৰিছিল যদিও শেষত সহ্য কৰিবলগীয়া হয় পৰাজয়ৰ গ্লানি।


ভাৰতৰ হৈ ২৩মিনিটত একমাত্ৰ গ’ল দিয়ে সুনীল চেত্ৰীয়ে।ওমানৰ হৈ ৮২মিনিটত ভাৰতক গ’ল দিয়ে আল মান্ধাৰয়ে। মেচখনত পৰাজয়ৰ লগে লগে ভাৰতে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাৰ আশা নিৰ্বাপিত হয়।


ভাৰতৰ হৈ ২৩মিনিটত একমাত্ৰ গ’ল দিয়ে সুনীল চেত্ৰীয়ে



No comments:

Post a Comment

Post Bottom Ad


Pages