কাঞ্চনজংঘাৰ এদিনৰ উপাৰ্জন - পঢ়ক প্ৰতিবেদন - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Saturday, September 7, 2019

কাঞ্চনজংঘাৰ এদিনৰ উপাৰ্জন - পঢ়ক প্ৰতিবেদন

অসমীয়া বােলছবিৰ সকলােবােৰ অভিলেখ ভংগ কৰি কাঞ্চনজংঘাই গঢ়িলে
নতুন অভিলেখ |২০১৭ বৰ্ষত মুক্তি প্রাপ্ত জুবিন গাৰ্গৰ ছবি 'মিছন চাইনা'ৰ প্রথম
দিনৰ ৩৯.২ লাখ অভিলেখ ভংগ কৰি 'কাঞ্চনজংঘাই ৪০ লাখতকৈ অধিক।
টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়।
নিশ্চয়কৈ এয়া অসমীয়া বােলছবি জগতৰ বাবে সুখবৰ...
আশা কৰা হৈছে পৰৱৰ্তী দিনকেইটাতাে এই ধারা অব্যাহত থাকিব।
Kanchanjangha
Zubeen Garg
Garima Saikia Garg

No comments:

Post a Comment

Post Bottom Ad


Pages