Chandrayaan 2 ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে শুকুৰবাৰে মাজনিশা হঠাৎ সম্পৰ্ক বিচ্ছিন্ন হয়। ভাৰতৰ এই বহু প্ৰত্যাশিত মিছন বিফল হোৱাৰ পিছত পাকিস্তানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী চৌধুৰী ফৱাদ হুচেইনৰ তীৰ্যক মন্তব্য।
চন্দ্ৰযান–২ মিছন বিফল হোৱাৰ পিছত পাকিস্তানৰ মন্ত্ৰীজনে– সামৰ্থ নাথাকিলে এনে ধৰণৰ কামত আগবাঢিব নালাগে বুলি তাৰ্যক মন্তব্য কৰে। ভাৰতে সফলতা লাভ নকৰাত মন্ত্ৰী জনে ভাৰতক ‘এণ্ডিয়া’ (ENDIA) বুলি সম্বোধন কৰি চৰম তাচ্ছিল্ল আৰু উপলুঙা কৰে।
উল্লেখ যোগ্য যে, Chandrayaan 2 ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে শুকুৰবাৰে মাজনিশা হঠাৎ সম্পৰ্ক বিচ্ছিন্ন হয়।
‘সামৰ্থ নাথাকিলে আগবাঢ়িবই নালাগে’–Chandrayaan 2 ৰ লেণ্ডাৰ বিচ্ছিন্ন হোৱাৰ পিছত পাকিস্তানী মন্ত্ৰীৰ তীৰ্যক মন্তব্য
ভাৰতে সফলতা লাভ নকৰাত মন্ত্ৰী জনে ভাৰতক ‘এণ্ডিয়া’ (ENDIA) বুলি সম্বোধন কৰি চৰম তাচ্ছিল্ল আৰু উপলুঙা কৰে
News18






No comments:
Post a Comment